Back to journal
Mridu

তেজেৰে ধূসৰিত কাশ্মীৰ

তেজেৰে ধূসৰিত কাশ্মীৰ

আপোনালোকক জনাবলৈ পাই অতন্ত্য সুখী 😊যে ২০ ডিচেম্বৰ 2020 ত মোৰ দ্বিতীয়খন গ্ৰন্থ , “তেজেৰে ধূসৰিত কাশ্মীৰ” উন্মোচন কৰা হয়|

কাশ্মীৰত সংঘটিত বাস্তৱিক ইতিহাসৰ সন্নিবিষ্টৰে আকৰ্ষণীয় গ্ৰন্থখনি আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰেখা প্ৰকাশনৰ বেনাৰত উন্মোচন কৰা হয় ।

আশাকৰো পঢ়ুৱৈ সকলে গ্ৰন্থখন আঁকোৱালি লব ।

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.