আমাৰ স্পৰ্শত তেওঁ সুখ পায়
আমাৰ উশাহত তেওঁ শান্তি পায়
আমাৰ পিয়াহ পলালে তেওঁৰ অবসাদ দুৰ হয়
আমাৰ ভোক নিবাৰনত তেওঁ তৃপ্ত হয়
আমাক সুৰক্ষিত দেখিলেই তেওঁ মিছিকিয়াই হাঁহেতেওঁৰ কোলাতেই আছে নদ- নদী,পাহাৰ -পৰ্বত,জান-জুৰি নিজৰা ,জীৱ জন্ত্তৰ বসবাসকোন তেওঁ ?তেওঁ হ’ল আমাৰ পৃথিৱী…
আজি ২২এপ্ৰিল ।আজি পৃথিৱী দিৱস । আমেৰিকাত ১৯৭০ চনত পোন প্ৰথমবাৰ এই দিৱস চিনেটৰ জেৰল্ড নেলছনে পালন কৰিছিল ।ইয়াৰ পৰবৰ্তী পৰ্যায়ত বৰ্ত্তমান প্ৰায় ১৯০ দেশে এই দিৱস পালন কৰে ।পৃথিৱীখনৰ পৰ্যাবৰন ৰক্ষা আৰু প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্য এই দিৱস পালন কৰা হয় ।
আহক আমি সকলোৱে এই দিৱসত পৃথিৱীৰপৰা বলপূৰ্বকভাবে আজুৰি লোৱা সকলো বস্ত্ত ঘূৰাই দিব নোৱাৰিলেও তেওঁক অসুস্থ কৰা বন্ধ কৰোঁ ।কাৰণ তেওঁ সুস্হিৰ হৈ থাকিলেহে আমিও সুস্হ হৈ থাকিব ।নহলে এদিন আমাৰ অস্তিত্বই নাথাকিব চাগৈ।
End of entry
Mridu
Share this reflection
Responses
Loading responses...
+ Share Your Thoughts
Leave a Reflection
+ Newsletter
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Just quiet reflections.