জুবিন মানে অসমীয়াৰ হৃদয়ত জীয়াই থকা এক গভীৰ অনুভৱ। অগণন অসমীয়াই বুকুত লৈ ফুৰা এবুকু উমি উমি জ্বলি থকা বেদনা৷ সৌ সিদিনা লৈকে কানত বাজি থকা সুৰ আজিৰ স্মৃতিৰ মণিকোঠা ৷যাৰ নামত সুৰ আছে,যাৰ সুৰত অসম আছে,এটি শিহৰণ, এটি স্মৃতি,এটি সাংস্কৃতিক যাত্ৰা আৰু বহু অসমীয়াৰ হৃদয়ত লিখা থকা এটা অধ্যায়।
ZUBEEN মানে—
Z — Zest (Zest of Assam)
যি মনোভাৱ, শক্তি আৰু আবেগে অসমীয়া সংগীতলৈ এক নতুন স্পন্দন কঢ়িয়াই আনিছিল।
The spirit, energy and passion that brought a new vibrancy to Assamese music.
U — Unity (Unity of Heart)
বয়স আৰু সীমাৰ বাহিৰত সংগীতৰ জৰিয়তে মানুহক একত্ৰিত কৰা এক কণ্ঠ।
A voice that brought people together through music, beyond age and boundaries.
B — Beloved —Brahmaputra’s Spirit,
অসমৰ হৃদয়ত গভীৰভাৱে লালিতপালিত জুবিন, কেৱল শিল্পী হিচাপে নহয়, আত্মাৰ অংশ হিচাপে ভালপোৱা এটা নাম।
A name deeply cherished in the hearts of Assam, loved not merely as an artist, but as a part of our own soul.
E — Emotion (Emotion of assamese people)
মৰম, যন্ত্ৰণা, সপোন, স্মৃতি আৰু অসমীয়া মানুহৰ দৈনন্দিন জীৱনৰ কাহিনী কঢ়িয়াই লৈ ফুৰা অসমীয়াৰ আবেগ
The soul of Assam—carrying within its melodies the love, pain, dreams, memories, and everyday stories of the Assamese people.
E — Essence (Essence of our Culture)
অসমৰ জাতি,মাটি, সংস্কৃতি, ভাষা আৰু মানুহক ভালপোৱা অনুভূতিবোৰ তেওঁৰ কলাত্মক যাত্ৰাত প্ৰতিস্ফুত৷
The deep love he holds for Assam’s people, land, culture, language, and heritage is beautifully reflected throughout his artistic journey.
N — Northeast ( Northeast’s voice)
অসমৰ লগতে অসমৰ বাহিৰতো বহুলভাৱে স্বীকৃতি লাভ কৰা আৰু উত্তৰ-পূর্বাঞ্চলৰ চহকী সংগীত পৰিচয়ক প্রতিনিধিত্ব কৰা এটি নাম৷
A celebrated name, widely recognized both within Assam and beyond, proudly representing the rich musical identity of Northeast India.
G — Glory (Glory of Assamese Music)
জুবিনে অসমৰ আৱেগ, সপোন, পৰিচয়ক নিজৰ সীমাৰ বহু ওপৰলৈ কঢ়িয়াই লৈ ফুৰিছিল। তেওঁৰ সংগীত আমাৰ হৃদয়ৰ মাজেৰে অনুৰণিত হয়, আমাৰ স্মৃতিত ৰৈ যায়, আৰু আমাৰ অন্তৰৰ ভিতৰতে বাস কৰে, যাৰ ফলত তেওঁক অসমীয়া সংস্কৃতিৰ চিৰস্থায়ী প্ৰতীক হিচাপে পৰিগণিত হয়।
Zubeen carried Assam’s emotions, dreams, and identity far beyond its borders. His music resonates through our celebrations, lingers in our memories, and lives within our hearts, making him an enduring symbol of Assamese culture.
A — Assam (Assam in his soul)
অসমীয়া জাতি,সংস্কৃতিৰ লগত থকা গভীৰ সম্পৰ্কৰ কথা ভাবিলে স্বাভাৱিকতে মনলৈ অহা নামটোৱই হ’ল জুবিন
The word that naturally comes to mind —Zubeen— when many people think deep connection with Assamese and its culture.
R — Rhythm (Rhythm in our Hearts)
যি ছন্দে অগণন হৃদয়ক চুই যায় -মনত ৰাখি হৃদয়ত স্হান দিছে
melody that touches countless hearts, becoming a cherished memory and finding an eternal place within them.
G — Genius
তেওঁ কেৱল এগৰাকী সংগীতশিল্পী নহয়—তেওঁ এগৰাকী প্ৰতিভাশালী সংগীতজ্ঞ , সংগীতৰ মহাগুৰু, দূৰদৰ্শী সৃষ্টিশীল শিল্পী, সংগীতৰ আইকন, সংগীতৰ উজ্জ্বল নক্ষত্ৰ, পথপ্ৰদৰ্শক, সুৰৰ মহাৰথী, সাংস্কৃতিক আইকন আৰু সংগীতৰ কিংবদন্তি।
He is Musical genius, Maestro,Visionary,Icon,
Musical Luminary,Trailblazer,Melodic Maestro,
Cultural Icon,Musical Legend.
— Dr. Priti Rekha Bora
19/9/26